কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে মঙলবাৰে ঘোষণা কৰে যে ৪৫ বছৰতকৈ অধিক বয়সৰ প্ৰতিজন নাগৰিকে ১ এপ্ৰিলৰ পৰা কোৰোনা ভেকছিন প্ৰাপ্ত কৰিবলৈ ...
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে মঙলবাৰে ঘোষণা কৰে যে ৪৫ বছৰতকৈ অধিক বয়সৰ প্ৰতিজন নাগৰিকে ১ এপ্ৰিলৰ পৰা কোৰোনা ভেকছিন প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব ।
তেওঁ কয়, কাৰ্যবাহিনী আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জাভডেকাৰে কয়, মই ৪৫ বছৰতকৈ ওপৰৰ মোৰ সকলো নাগৰিকক ভেকছিনটো ল’বলৈ অনুৰোধ কৰো । এতিয়ালৈকে, কেৱল ৪ কৰোনা ভেকছিন৫ ৰ পৰা ৬০ বছৰ বয়সিয়াল সকলক কোৰোনা ভেকছিন দিয়া হৈছিল।
মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে দেশত এতিয়ালৈকে ৪.৮৫ কোটি লোকৰ শৰীৰত ভেকচিন লগোৱা হৈছে আৰু তাৰ ভিতৰত ৮০ লাখ লোকে ভেকচিনৰ দ্বিতীয়তো ড’জো ইতিমধ্যে লাভ কৰিছে।
No comments