মহামাৰীৰ কবলত ডেৰ বছৰতকৈ অধিক সময় থাকি এতিয়া বিশ্বজুৰি পেছাদাৰীসকলে ৰিম'ট ৱৰ্কিঙৰ দৰে নিউ নৰ্মেলত সহজে খাপ খাই পৰিছে । WFH ( ৱৰ্ক ফ্ৰ...
মহামাৰীৰ কবলত ডেৰ বছৰতকৈ অধিক সময় থাকি এতিয়া বিশ্বজুৰি পেছাদাৰীসকলে ৰিম'ট ৱৰ্কিঙৰ দৰে নিউ নৰ্মেলত সহজে খাপ খাই পৰিছে । WFH (ৱৰ্ক ফ্ৰম হোম, WFA (ৱৰ্ক ফ্ৰম এনিহোৱেৰ) হৈ পৰিছে নিউ নৰ্ম আৰু এয়াই কৰ্মস্থলীসমূহৰ ভৱিষ্যত হোৱাৰ দিশে । ইয়ে আমাৰ পেছাগত আৰু ব্যক্তিগত জীৱন স্থায়ীভাৱে সলনি কৰি দিছে আৰু একা কাৰ্যালয়ৰ কোঠাই হওক, আপোনাৰ ৰান্ধনিঘৰ, আপোনাৰ বন্ধুৰ ঘৰ, সমুদ্ৰ নাইবা পাহাৰেই হওক সকলোতে আমাক WFA ৰে সক্ষম কৰি তুলিছে ।
এতিয়া পেছাদাৰীসকলে অতিকে প্ৰয়োজনীয়
‘ৱৰ্কেচন’ ৰ বাবে দেশজুৰি তেওঁলোকৰ অৱকাশ গৃহত
আৰাম বিচাৰি ফুৰাটো এক ধাৰাত পৰিণত হোৱা দেখিবলৈ পাইছো । কিন্তু
এতিয়াও ভিতৰুৱা অঞ্চলত মূল্য আদায় দিয়া ক্লাউড ষ্টোৰেজ মডেল আৰু ইন্টাৰনেট কানেক্টিভিটিৰ
ক্ষেত্ৰত প্ৰত্যাহ্বান দেখা যায়, য’ত অফলাইন ষ্টোৰেজ অতিকৈ
আৱশ্যক হৈ পৰে । ইয়াত আপুনি যিকোনো ঠাইৰ পৰা সহজে কাম কৰাত সহায় কৰিবলৈ WD আৰু SanDisk ৰ দৰে ব্ৰেণ্ডে আগবঢ়োৱা কিছুমান অগ্ৰণী
সামগ্ৰীৰ বিষয়ে বিৱৰণ দাঙি ধৰা হৈছে:
এটা সম্পূৰ্ণ চাৰ্জ হোৱা আৰু বেকড-আপ
ফোনৰ সৈতে সাৰ পাওক
চাৰ্জ কৰিবৰ বাবে
বহু কিউ আই-অনুকূল ডিভাইচ আছে কিন্তু বহু বেছি ৱায়াৰ কঢ়িয়াই লৈ ফুৰাটোও সমস্যা হৈছে
নেকি? চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ছেনডিস্কে
আপোনালোকৰ বাবে লৈ আহিছে উদ্ভাৱনী সামগ্ৰী । SanDisk®
Ixpand® Wireless Charger Sync হৈছে বিশ্বৰ প্ৰথমটো 2-in-1 ডুৱেল ফাংচনেলিটি ডিভাইচ, যাক ফোন চাৰ্জ কৰাৰ লগতে আপোনাৰ
তথ্যপাতি বেক-আপ আৰু সংৰক্ষণ কৰাত সহায় কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে । মাত্ৰ
এডাল কৰ্ডৰ সৈতে ভ্ৰমণ, নিদ্ৰা, চাৰ্জ, পুনৰাবৃত্তি কৰিব
পাৰিব । আপোনাৰ দৈনন্দিন অভ্যাস সলনি নকৰাকৈয়ে ২৫৬ জি বিৰ প্ৰসাৰসাধ্য
মেমৰী লৈকে আপোনাৰ মূল্যবান স্মৃতি বেক-আপ কৰিব পাৰিব । ক্ষিপ্ৰ
আৰু সমস্যা বিহীন চাৰ্জিং সমাধানৰ সন্ধানত থকা উপভোক্তাসকলে এই SanDisk
Ixpand Wireless Charger 15W ৰ সুবিধা গ্ৰহণ কৰিব পাৰে ।
এমাজন ইণ্ডিয়াত Ixpand
Wireless Charger Sync ২৫৬ জি বি ক্ষমতাত ৯৯৯৯ টকাত উপলব্ধ আৰু
QC 3.0 এডাপ্টাৰৰ সৈতে Ixpand Wireless 15W Fast
Charger ৰ মূল্য হৈছে ২৯৯৯ টকা । এই ৱায়াৰলেছ
চাৰ্জাৰ দুডালত দুবছৰৰ সীমিত ৱাৰেন্টি আগবঢ়োৱা হৈছে ।
মাল্টিপল ডিভাইচেছ – এক সমাধান
বিভিন্ন অপাৰেটিং
ছিষ্টেম ব্যৱহাৰ হোৱা ডিভাইচৰ মাজত ডাটা বিনিময় কৰাটো বহু কঠিন হ’ব পাৰে । কিন্তু এতিয়া আৰু এই সমস্যা নহ’ব, কিয়নো SanDisk iXpand Flash Drive Luxe হৈছে এক উত্তম বিকল্প । এইয়া
হৈছে ডুৱেল লাইটনিং আৰু ইউ এছ বি টাইপ-চিৰ সৈতে ছেনডিস্কৰ প্ৰথমটো 2-in-1 ফ্লেশ্ব-ড্ৰাইভ, যিয়ে এন্ড্ৰয়ড ফোন আৰু আই অ’ এছ ডিভাইচকে
ধৰি টাইপ-চি ডিভাইচৰ মাজত সহজে ফাইল হস্তান্তৰ কৰাৰ অনুমতি দিব । চলা-ফুৰা
কৰি থকাৰ সময়ত এটা ফোনৰ পৰা আন এটা ফোনলৈ কনটেন্ট হস্তান্তৰ কৰিবলৈ আপোনাৰ লেপটপ হাতত
নাথাকিব, তেতিয়া এই ফ্লেশ্ব ড্ৰাইভে সহজে কনটেন্ট হস্তান্তৰ কৰিব পাৰিব
। ছেনডিস্কৰ ষ্টোৰেজ ডিভাইচসমূহৰ আন এটা লাভজনক দিশ হৈছে SanDisk
Memory Zone App । ষ্টোৰেজ ফাইল আৰু পৰিচালন কৰিব পৰা এক সহজ আৰু ৱান ষ্টপ সমাধান
ব্যৱস্থা, যিয়ে গ্ৰাহকৰ বাবে তেওঁলোকৰ ছেনডিস্ক ইক'ছিষ্টেমত বেকআপ আৰু সংৰক্ষণৰ
ঠাই খালী কৰাটো সহজ কৰি তোলে ।
এমাজন
ইণ্ডিয়াত ৬৪ জি বি, ১২৮ জি বি আৰু ২৫৬ জি বি ষ্টোৰেজ প্ৰকাৰৰ মূল্য
হৈছে ক্ৰমে ৪,৪৪৯ টকা, ৫,৯১৯ টকা আৰু ৮,৯৯৯ টকা ।
হাতৰ মুঠিতে সীমাহীন ষ্টোৰেজৰ সুবিধা
SanDisk
Ultra Dual Drive Luxe ক দেশত টাইপ-চি আৰু এন্ড্ৰয়ড স্মাৰ্টফোনৰ অধিক
ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে । এই উন্নত
প্ৰদৰ্শনকাৰী ইউ এছ বিয়ে ব্যৱহাৰকাৰীক অতি সহজে টাইপ-চি আৰু টাইপ-এ ডিভাইচৰ মাজত হস্তান্তৰ
আৰু বেক-আপ কৰাৰ সুবিধা আগবঢ়াব । ডাটা হস্তান্তৰৰ সহজ সুবিধাই এই ডিভাইচক ক্লাউড ষ্টোৰেজৰ বাবে
শ্ৰেষ্ঠ বিকল্প কৰি তুলিছে, সীমান্ত অতিক্ৰম কৰোতে নাইবা কম সংযোগৰ সুবিধা থকা এলেকাত
থকাৰ সময়তো ইয়াৰ বাবে মাহিলী ছাবস্ক্ৰিপচন মাচুল আদায় দিব নালাগিব । আগলৈ
আপুনি ৰাস্তাত থকাৰ সময়ত কোনোবাই আপোনাৰ কাম নকৰা ফোনত হাই-ৰেছ ফটো প্ৰেৰণ কৰে আৰু
আপুনি সেই ফটোৰ মান অক্ষুন্ন ৰাখি জৰুৰীকালীনভাৱে আনলৈ প্ৰেৰণ কৰিব লগা হ'লে এই ডিভাইচে
সহায় কৰিব ।
৩২ জি
বি, ৬৪ জি বি, ১২৮ জি বি, ২৫৬ জি বি, ৫১২ জি বি আৰু ১ টি বি ক্ষমতাৰ প্ৰকাৰত উপলব্ধ
ইয়াৰ প্ৰাৰম্ভিক ৩২ জি বিৰ মূল্য হৈছে ৮৫৬ টকা আৰু ১ টি বিৰ মূল্য হৈছে
১১,৮১৩ টকা ।
আপোনাৰ
মাজত লুকাই থকা সৃষ্টিকৰ্তাক জগাই তোলক
খেলা-ধূলাৰ অবিহনে
কেৱল কামে জেকক এটা নিৰস লৰালৈ পৰিণত কৰে । সেয়ে
আপোনাৰ পৰৱৰ্তী ৱৰ্কেচনতো আৰাম কৰি পুনৰুজ্জীৱিত হোৱাৰ প্ৰয়োজন আছে । বিশেষকৈ, আপুনি যদি প্ৰত্যাহ্বানপূৰ্ণ ট্ৰেকিং আৰু প্ৰকৃতিৰ মাজত খোজ কাঢ়ি ভাল পায়,
আপোনাৰ অন্তৰ্দৃষ্টিৰে মনোমোহা ঠাই কেপচাৰ কৰি ভাল পায়, তেন্তে
আপোনাৰ বাবে অতি উত্তম হ’ব SanDisk Extreme Portable
SSDs । এনে SSDs ত কঠিন ৰাবাৰাইজড কোটিং থাকে, যি সকলো ঋতুৰ
বাবে অনুকূল । ছুপাৰফাষ্ট ডাটা হস্তান্তৰ গতি আৰু পৰ্টেবিলিটিৰ অতুলনীয় সমাহাৰৰ
সৈতে ইয়াক বৰ্তমানৰ উচ্চ মানৰ কনটেন্ট চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে
। এতিয়া আপুনি সকলোৱে আলোচনা কৰি থকা ঠাইলৈ ফটোগ্ৰাফীৰ বাবে বিনাদ্বিধাই
যাব পাৰিব আৰু পিচত আপোনাৰ চাট গ্ৰুপত সেই ফটোবোৰ আপলোড কৰি ফটোগ্ৰাফীত থকা আপোনাৰ
প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব ।
৫০০ জি বিৰ মূল্য
হৈছে ৭,৯৯৯ টকা, ১ টি
বিৰ মূল্য হৈছে ১২,৯৯৯ টকা আৰু ২
টি বিৰ মূল্য হৈছে ২৭,৪৯৯ টকা । ইয়াৰ
৪ টি বি মডেলো আগবঢ়োৱা হৈছে । প্ৰ’ সংস্কৰণৰ ১ টি বিৰ মূল্য হৈছে ১৯,৯৯৯ টকা
আৰু ২ টি বিৰ মূল্য হৈছে ৩৪,৯৯৯ টকা ।
No comments